
অসম অন্ধ শিশু বিদ্যালয় সেৱা সমিতি বিহপুৰীয়াৰ সাহায্যথে অহা ইংৰাজী ১,২ আৰু ৩ ফেব্ৰুৱাৰী ২০২০ তাৰিখে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল “বৃন্দাবন”থিয়েটাৰে বিহপুৰীয়া ক্ৰীড়া সন্থাৰ খেল পথাৰত নাট প্ৰদৰ্শন কৰিবহি।য’ত অভিনয় কৰিছে অসমৰ জনপ্রিয় বোলছবি অভিনেতা ,পৰিচালক তপন দাস,ভ্ৰাম্যমান নাট্য জগতৰ জনপ্রিয় অভিনেতা চিন্ময় কটকী,বোলছবি অভিনেতা বিপ্লৱ শইকীয়া,অসমৰ জনপ্রিয় কৌতুক অভিনেতা শ্ৰীমন্ত মাধৱ দত্ত লগতে জুবিন গাৰ্গৰ বোলছবি ” কাঞ্চনজঙ্ঘাৰ” নায়িকা পিংকি শৰ্মা আৰু বহুতো…………
উক্ত তিনিও দিনে সকলো নমস্য দৰ্শকৰ উপস্থিতি আমি সাদৰৰে কামনা কৰিলোঁ।
Video By:- Punyabrat Saikia
More Stories
Bhimasankar | Bhimeswar Dwadas Jyotirling Dham | Guwahati
Achievements of Indian Scientists Against Covid-19
Corona Virus & Our Society | Assam | India