Blogger আৰু WordPress এই দুয়োটা প্লেটফৰ্ম ব্লগ বনুৱাৰ বাবে সকলোৰে মাজত বিশেষকৈ ৱেবচাইটৰ লগত ব্যক্তি সকলৰ মাজত জনপ্ৰিয়। কিন্তু এই দুয়োটা প্লেটফৰ্মৰ মাজত কিছুমান সুকীয়া সুকীয়া পাৰ্থক্য আছে যিবোৰ আজি আমাৰ এই ভিডিঅ টিৰ মাধ্যমেডি দেখুৱা হৈছে। ভিডিঅ টি উপভোগ কৰক, লগতে আমাৰ Youtube channel টি subscribe, share আৰু like কৰিব নাপাহৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here