Travel

৮৫তম নলবাৰী ৰাস মহোৎসৱ ২০১৮ (85th Nalbari Rash Mahutsab 2018)

নলবাৰী ৰাস অতিজৰে পৰা জনসাধাৰণৰ মাজত জনাজাত। পাগলদিয়া নদীৰ পাৰত প্ৰথমে এই ৰাস উদযাপিত হৈছিল্। পিছলৈ এই ৰাস হৰিমন্দিৰ প্ৰাংগনলৈ স্থানান্তৰিত কৰা হয়। ২০১৮ বৰ্ষৰ ৰাসৰ এটি সুন্দৰ ভিডিঅ তলত দিয়া গৈছে, ভিডিঅটি উপভোগ কৰক।     From ancient time Nalbari Rash Mahutsab is famous not even in India…